বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৪,৩২৪ টা লেখা আৰু ৮৬১ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
নিৰ্বাচিত লেখা
সৰ্বেশ্বৰ কটকী ৰচিত হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত অসমীয়া চৰিত-সাহিত্য বা জীৱনী সাহিত্যৰ এক আপুৰুগীয়া আৰু গুৰুত্বপূৰ্ণ সংযোজন। অসমীয়া ভাষাৰ ওজা তথা 'হেমকোষ' অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ সৰ্বাংগীণ জীৱন আৰু কৰ্মৰাজীক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাৰ উদ্দেশ্যে এই গ্ৰন্থখনি ৰচনা কৰা হৈছিল। অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ অধিবেশনৰ বুৰঞ্জী শাখাৰ সভাপতি কটকীয়ে হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত বিভিন্ন প্ৰামাণিক সমল সংগ্ৰহ কৰি এই জীৱনীখন ৰচনা কৰিছিল। ১৯২৭ চনত অসম ছাত্ৰ সন্মিলনে এই পুথিখন পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি ভাষাৰ ওজাগৰাকীৰ স্মৃতি চিৰস্থায়ী কৰি তোলে। পৰৱৰ্তী সময়ত ১৯৮২ চনত অসম সাহিত্য সভাৰ উদ্যোগত ইয়াক পুনৰ মুদ্ৰণ কৰা হয়।
হেমৰ কোষেৰে
ওখ দৌল বান্ধি,
ভাষাক সাৰথি ধৰি,
নুমাব লগীয়া
অসমীয়া নাম
ৰাখিলে জিলিকা কৰি।
চন্দ্ৰ দিবাকৰ,
বসুমতী আই
থাকে মানে জগতত,
অসমীয়া হেম—
চন্দ্ৰৰ পোহৰ
জিলিকিব অসমত।
এই মাহৰ সহযোগিতামূলক কাম
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- ৰহদৈ লিগিৰী - (ৰজনীকান্ত বৰদলৈ) - সংশোধন বাকী আছে
- দিল্লী দায়েৰী - (মহাত্মা গান্ধী) - সংশোধন বাকী আছে
- কথা কৱিতা - (যতীন্দ্ৰনাথ দুৱৰা) - সংশোধন বাকী আছে
- সদৰামীনৰ আত্মজীৱনী)- সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৮৫৬টা
- সমস্যাজৰ্জৰ = ২৬০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২২,৩০০টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ২৬৯টা
- বৈধকৰণ হৈছে = ১,২২৯টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,৯১৪টা
নতুন লেখাসমূহ
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত; লেখক:সৰ্বেশ্বৰ কটকী (পুনৰ্মুদ্ৰণ)
অৰুনোদইৰ ধলফাট; লেখক:সন্মিলিত (১৯৬৫)
অসম নমৰে আমিও নমৰো; লেখক:অমলেন্দু গুহ (১৯৯৩)
ফুল কোঁৱৰ; লেখক:হলিৰাম হাজৰিকা (১৯৫১)
দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল; লেখক:অজ্ঞাত (১৯৪৯)
উদ্ভিদ বিবৰণ; লেখক:ধনিৰাম দত্ত
সীতা-স্বয়ম্বৰ; লেখক:প্ৰসন্নচন্দ্ৰ বৰুৱা (১৯১১)
মিচিং নাৰীকণ্ঠ; লেখক:তৰুণ লইং (২০১৯)
নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য; লেখক:তৰুণ লইং (২০২০)
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ; লেখক:তৰুণ লইং (২০২১)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |